জামিন বিচাৰি আবেদন শেখৰজ্যোতি গোস্বামীৰ।
আজি শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ শুনানি।
আজি ফাষ্টট্ৰেক আদালতত শেখৰজ্যোতি গোস্বামীৰ জামিনৰ শুনানি।
শ্যামকানু, সিদ্ধাৰ্থৰ পাছত শেখৰজ্যোতি গোস্বামীয়েও বিচাৰিছে জামিন।
শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ শৰ্মিলা ভূঞাই।
হাফলং উপ-কাৰাগাৰত আছে শেখৰজ্যোতি গোস্বামী।

