IPL 2026 in trouble: দৰ্শক অবিহনে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব IPL মেচ

IPLত মধ্যপ্রাচ্য যুদ্ধৰ প্ৰভাৱ।(IPL 2026 in trouble)

দর্শক অবিহনে IPL হোৱাৰ সম্ভাৱনা।

সীমিত সংখ্যক ষ্টেডিয়ামত IPL অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ।

Chamber of trade & industryয়ে কেন্দ্রীয় ক্রীড়া মন্ত্রণালয়লৈ প্ৰেৰণ কৰে পত্ৰ।

IPLৰ নামত বৃহৎ পৰিমাণৰ ইন্ধন খৰচ হোৱাৰ বাবে এই পত্ৰ প্ৰেৰণ

প্রতিখন মেচত প্রায় ৫০ হাজাৰৰো অধিক দৰ্শকৰ সমাগম হোৱাৰ বাবে এই সিদ্ধান্ত।

দৰ্শকবিহীন ষ্টেডিয়ামত IPL মেচ অনুষ্ঠিত কৰাৰ আহ্বান।

সেইবাবে IPLৰ পৰৱৰ্তী মেচত দৰ্শকৰ বাবে লাগিব পাৰে No entry!

Related Articles