গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা।
জাইকাৰ পানী টেংকিত যুৱকৰ মৃতদেহ উদ্ধাৰ।
গুৱাহাটী লোকভৱনৰ সমীপত থকা পানী টেংকিত উদ্ধাৰ মৃতদেহটো।
মৃত যুৱকজনৰ নাম কামেশ বুলি জানিব পৰা গৈছে।
নিহত কামেশ আছিল জাইকাৰ কৰ্মচাৰী।