আজি সিদ্ধার্থ শৰ্মাৰ জামিন আৱেদনৰ শুনানি

আজি সিদ্ধার্থ শৰ্মাৰ জামিন আৱেদনৰ শুনানি।

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ শুনানি।

ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতত হ’ব শুনানি।

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা।

পূৰ্বে বিশেষ ফাষ্টট্রেক আদালতে নাকচ কৰিছিল সিদ্ধাৰ্থৰ জামিন।

ফাষ্টট্ৰেক আদালতৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সিদ্ধার্থ।

Related Articles