আজি ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ’ব কংগ্ৰেছ সাংসদ ৰণদ্বীপ সিং সূৰ্যেৱালা।
ৰিণিকি ভূঞা শৰ্মাৰ গোচৰৰ ভিত্তিত ক্ৰাইম ব্ৰাঞ্চে জেৰাৰ বাবে হাজিৰ হোৱাৰ চমন জাৰি কৰিছিল সূৰ্যেৱালাৰ বিৰুদ্ধে।
আজিয়েই হাজিৰ হ’বৰ বাবে সূৰ্যেৱালাক নিৰ্দেশ দিছিল ক্ৰাইম ব্ৰান্সে।
২৩ মে’ত ব্যক্তিগত অসুবিধাত হাজিৰ হোৱা নাছিল ৰণদ্বীপ সূৰ্যেৱালা।
দ্বিতীয়বাৰৰ বাবে সূৰ্যেৱালাক জাননী দিছিল ক্ৰাইম ব্ৰান্সে।

