আজি শুনানি নহ’ল সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ।
ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতে গ্ৰহণ নকৰিলে জামিন আবেদন।
মহাবীৰ একুৱাৰো শুনানি গ্ৰহণ নকৰিলে ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতে।
সিদ্ধাৰ্থ শৰ্মাৰ ব্যৱসায়ীক সহযোগী চেতন ধীৰাচেৰিয়া কাষ চাপিছিল উচ্চ ন্যায়ালয়ৰ।

