Vaibhav suryavanshi: টীম ইণ্ডিয়াত স্থান লাভ ১৫ বছৰীয়া বেটাৰ বৈভৱ সূৰ্যবংশীৰ

টীম ইণ্ডিয়াত স্থান লাভ ১৫ বছৰীয়া বেটাৰ বৈভৱ সূৰ্যবংশীৰ।(Vaibhav suryavanshi)

ভাৰতীয় T20 দলত স্থান লাভ বিস্ফোৰক বেটছমেনজনৰ।

আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে T20 শৃংখলাৰ বাবে ভাৰতীয় দলত স্থান লাভ বৈভৱৰ।

জাপানত হ’বলগীয়া এছিয়ান গেমছৰ দলতো স্থান লাভ বৈভৱ সূৰ্যবংশীৰ।

সদ্যসমাপ্ত IPLত দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল বৈভৱ সূৰ্যবংশীয়ে।

Related Articles