June 7, 2026 ১৮ অনূৰ্ধ্বৰ পুৰুষৰ হকী এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ ১৮ অনূৰ্ধ্বৰ পুৰুষৰ হকী এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ। Share FacebookXWhatsAppTelegramKooEmail ১৮ অনূৰ্ধ্বৰ পুৰুষৰ হকী এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ। জাপানক পৰাস্ত কৰি খিতাপ দখল ভাৰতৰ। ফাইনেল খেলখনত জাপানক ৪-১ গলৰ ব্যৱধানত পৰাস্ত কৰে। তৃতীয়বাৰৰ বাবে এই খিতাপ দখল কৰে ভাৰতে। Author: দৈনন্দিন বাৰ্তা Related Articles অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক স্মৰণ দৈনন্দিন বাৰ্তা - November 5, 2026 বিমল বাগক অব্যাহতি, দানেল মুণ্ডাক ভাৰপ্ৰাপ্ত সভাপতিত্বৰ দায়িত্ব দৈনন্দিন বাৰ্তা - November 5, 2026 মটক স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনক লৈ সংগঠনসমূহৰ বৈঠক, ৰাজনৈতিক মঞ্চ গঠনৰ সিদ্ধান্ত ল’ব মটক জাতীয় অভিবৰ্তনত দৈনন্দিন বাৰ্তা - November 5, 2026