June 13, 2026 যোৰহাটৰ ৰৰৈয়াত বিমান দুর্ঘটনা যোৰহাটৰ ৰৰৈয়াত বিমান দুর্ঘটনা Share FacebookTwitterWhatsAppTelegramKooEmail যোৰহাটত বিমান দুর্ঘটনা। যোৰহাটৰ ৰৰৈয়া বায়ুসেনা বাহিনীৰ ঘাটিত অঘটন। অৱতৰণৰ পাছতেই বিস্ফোৰণ বায়ুসেনাৰ AN-32 বিমানখন। বিস্ফোৰিত বিমানখন ৪৩ স্কোৱাড্ৰনৰ আছিল সামগ্ৰী পৰিবহনত ব্যৱহাৰ হৈছিল AN-32 বিমানখন Author: দৈনন্দিন বাৰ্তা Related Articles ১ জুলাই পৰা ৰাজ্যত বলৱৎ হ’ব VB-G RAM G আইন দৈনন্দিন বাৰ্তা - June 13, 2026 আধাৰ কাৰ্ডক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত দৈনন্দিন বাৰ্তা - June 13, 2026 সুৰাপায়ীলৈ দুঃখবৰঃ ৰাজ্যত পুনৰ বৃদ্ধি পালে বিলাতী সুৰাৰ দাম দৈনন্দিন বাৰ্তা - June 13, 2026