June 14, 2026 আজিৰে পৰা T20 মহিলা বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব ভাৰতীয় মহিলা দলে আজিৰে পৰা T20 মহিলা বিশ্বকাপ Share FacebookTwitterWhatsAppTelegramKooEmail T20 মহিলা বিশ্বকাপ। আজি মহিলা টি-২০ বিশ্বকাপত অভিযান আৰম্ভ কৰিব ভাৰতে। প্ৰথমখন মেচত ভাৰতে যুঁজ দিব চিৰ শত্ৰু পাকিস্তানৰ বিৰুদ্ধে। সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব মেচখন। Author: দৈনন্দিন বাৰ্তা Related Articles পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত মাতৃৰ অৱস্থান দৈনন্দিন বাৰ্তা - August 25, 2026 কটন বিশ্ববিদ্যালয়ত গ্ৰন্থ উন্মোচনঃ অসমীয়া মাধ্যমৰ ছাত্ৰৰ ইংৰাজীত কাব্যপুথি উন্মোচন দৈনন্দিন বাৰ্তা - August 25, 2026 মেঘালয় শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড জেৰেমিয়া প’থমিক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 25, 2026