ভাৰতৰ হাতত পুনৰ পৰাস্ত পাকিস্তানঃ পাকিস্তানৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ

ভাৰতৰ হাতত পুনৰ পৰাস্ত হ’ল পাকিস্তান।

মহিলা T20 বিশ্বকাপ ক্ৰিকেটত জয়েৰে অভিযান আৰম্ভ ভাৰতৰ।

প্রথমখন মেচতে পাকিস্তানৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ।

প্ৰথমখন মেচত ভাৰতৰ হাতত ৬৪ ৰানত পৰাস্ত পাকিস্তান।

প্ৰথমে বেটিং কৰি ভাৰতে দিছিল ১৭১ ৰাণৰ লক্ষ্য।

Related Articles