বিশ্ব অভিলেখ বৈভৱ সূৰ্যবংশীৰঃ মাত্র ১১ বলতে অৰ্ধ শতৰান বৈভৱৰ

বৈভৱ সূৰ্যবংশীৰ বিশ্ব অভিলেখ।

মাত্র ১১ বলতে অৰ্ধ শতৰান বৈভৱৰ।

৫টা বাউণ্ডেৰী আৰু ৫ টা অ’ভাৰ বাউণ্ডেৰীৰে অৰ্ধ শতক।

দ্ৰুততম অৰ্ধশতক অৰ্জন কৰি ৰচিলে অভিলেখ।

শ্ৰীলংকাৰ বিৰুদ্ধে ২৯ বলত ৯৪ ৰান সংগ্ৰহ।

মুঠ ৮ টা ছিক্সাৰ, ১০ টা বাউণ্ডেৰী।

LIST-A ক্রিকেটত দ্রুততম অর্ধশতক অর্জন বৈভৱ সূৰ্যবংশীৰ।

LIST-A ক্ৰিকেটৰ ২০ বছৰ পুৰণি বিশ্ব অভিলেখ ভংগ কৰিলে বৈভৱে।

Related Articles