শক্তিপীঠ কামাখ্যাত অম্বুবাচী মহাযোগৰ আজি তৃতীয়টো দিন

শক্তিপীঠ কামাখ্যাত অম্বুবাচী মহাযোগৰ আজি তৃতীয়টো দিন।

অম্বুবাচীক লৈ উদুলি-মুদুলি কামাখ্যা ধাম।

দেশ-বিদেশৰ ভক্তৰ উপস্থিতিত উখল-মাখল নীলাচলৰ পৰিৱেশ।

জনসমুদ্ৰত পৰিণত হৈছে মা কামাখ্যা ধাম।

কামাখ্যা মন্দিৰৰ চৌহদ অবিৰতভাৱে পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে গুৱাহাটী পৌৰ নিগমৰ বিষয়া-কৰ্মচাৰীক কঠোৰ নিৰ্দেশ মন্ত্ৰী কৌশিক ৰায়ৰ।

অম্বুবাচীৰ প্ৰতি মুহূৰ্তৰ ফটো, লাইভ লোকেশ্যন মন্ত্ৰীলৈ প্ৰেৰণ কৰিব বিষয়াসকলে।

Related Articles