ৰাজ্যত কোনো ঠাইত থাকিৱ নোৱাৰিব অবৈধ কাঠমিল। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশত নলবাৰীত বন বিভাগৰ বৃহৎ অভিযান। নলবাৰীৰ আদাবাৰী অঞ্চলত অবৈধ কাঠমিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশৰ পিছতেই হাহাকাৰ বন বিভাগগ। কাঠফলা মিলৰ বিৰুদ্ধে চলিল অভিযান। নলবাৰীৰ কেইবাটাও স্থানত চলিল বন বিভাগৰ বৃহৎ অভিযান।
বনমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমতো ফেছবুক লাইভ আহি অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে কয়। অবৈধ কাঠফলা মিললৈ অন্তিম সকীয়নি মন্ত্ৰীগৰাকীৰ।গাফিলতি কৰিলে সাৰি নাযাব DFO-ৰেঞ্জ অফিচাৰো। এটা সপ্তাহত ১০০% অবৈধ কাঠফলা মিল বন্ধ হ’বই লাগিব। ৰাজ্যজুৰি বন এতিয়া বিভাগৰ ‘মিছন মুড’ অভিযান।

