ফুটবল বিশ্বকাপৰ পৰা বিদায়ৰ পাছতো নৰ’ৱে দলটোক ৰাজকীয় আদৰণি।
ৰাজধানী অছল’ত আদৰণি হাজাৰ হাজাৰ ফুটবল অনুৰাগীৰ।
পৰম্পৰাগত নৰ’ৱেয়ান ৰ’য়িঙৰ ছন্দত মুখৰ অছল’ চহৰ।
এই আনন্দ উত্সৱত ভাগ লৈছে নৰ’ৱেৰ যুৱৰাজেও।
ৰাজধানী ৰ’য়েল পেলেছত সমবেত ৯০ হাজাৰ ফুটবল অনুৰাগী।
শনিবাৰে মিয়ামীত ইংলেণ্ডৰ হাতত অতিৰিক্ত সময়ত ২-১ গ’লত পৰাস্ত হৈছিল নৰ’ৱে দলটো।
কোৱাৰ্টাৰ ফাইনেলৰ পৰা ওলাই অহাৰ পিছতো নৰৱেই নায়কৰ আদৰণি লাভ কৰে দলটোৱে।
এই ফলাফল ফিফা বিশ্বকাপত নৰৱেৰ সৰ্বোত্তম প্ৰদৰ্শন হিচাপে পৰিগণিত হয়।
ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেললৈ ঐতিহাসিক দৌৰৰ পৰা গৃহ ভূমিলৈ উভতি যোৱা ৰাষ্ট্ৰীয় দলৰ খেলুৱৈসকলক আদৰণি জনাই নৰৱেৰ ৰয়েল পেলেছৰ বাহিৰত লাখ লাখ অনুৰাগীয়ে সমবেত হয়।

