তৃতীয়বাৰো ক্ৰাইম ব্ৰাঞ্চত হাজিৰ নহয় পৱন খেড়া

আজিও ক্ৰাইম ব্ৰাঞ্চত হাজিৰ নহয় পৱন খেড়া ।

দলীয় অনুষ্ঠানৰ বাবে ক্ৰাইম ব্ৰাঞ্চত উপস্থিত নহয় পৱন খেড়া।

APCCৰ নেতৃত্বই জনালে এই কথা।

পূর্বেও দুটাকৈ তাৰিখত হাজিৰ হোৱা নাছিল পৱন খেড়া।

ৰিণিকি ভূঞা শৰ্মাৰ গোচৰত অভিযু্ক্ত কংগ্ৰেছৰ শীৰ্ষ নেতাজন।

Related Articles