আজি ২৭ সংখ্যক কাৰ্গিল বিজয় দিৱস

আজি ২৭ সংখ্যক কাৰ্গিল বিজয় দিৱস।

কাৰ্গিল যুদ্ধৰ বীৰ শ্বহীদ জোৱানক স্মৰণ দেশবাসীৰ।

কাৰ্গিল যুদ্ধত দেশৰ হকে প্ৰাণ আহুতি দিছিল ৫২৭ জন বীৰ জোৱানে।

১৯৯৯ চনৰ ২৬ জুলাইত অন্ত পৰিছিল কাৰ্গিল যুদ্ধৰ।

সেনাবাহিনীৰ পৰাক্ৰমক স্মৰণ কৰি আজিৰ দিনটোত দেশৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে কাৰ্গিল বিজয় দিৱসৰ।

গুৱাহাটীৰ দীঘলীপুখুৰীত থকা যুদ্ধ স্মাৰকতো পালন কাৰ্গিল বিজয় দিৱস।

অনুষ্ঠানত উপস্থিত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ উপস্থিতিৰ লগতে ৰাজ্যখনৰ কেইবাগৰাকীও প্ৰাক্তন কৰ্ণেল আৰু সেনা বিষয়া।

Related Articles