আজিৰে পৰা পুনৰ আৰম্ভ হ’ব অৰুণোদয় ৩.০ আঁচনি।
দিনৰ ১২ বজাত কলাক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান।
বান প্ৰভাৱিত ৪ জিলাৰ লোকলৈ ২৫০০ টকাকৈ অৰুণোদয়ৰ ধন।
আন জিলাৰ লোকক ১১০০ টকাকৈ চৰকাৰে দিব ধন।
অনুষ্ঠানৰ মুখ্য অতিথি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা।