বানবিধ্বস্ত শিক্ষাৰ্থীৰ বাবে বিশেষ ঘোষণাঃ কিতাপ ক্ৰয়ৰ বাবে পুঁজি আগবঢ়াব চৰকাৰে

বানবিধ্বস্ত জিলাৰ শিক্ষাৰ্থীৰ বাবে বিশেষ ঘোষণা।

কিতাপ ক্ৰয়ৰ বাবে পুঁজি আগবঢ়াব চৰকাৰে।

কাইলৈ শিক্ষাৰ্থীৰ বাবে পুঁজি মুকলি কৰি দিব চৰকাৰে।

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জনালে এই কথা।

উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ্থীয়ে লাভ কৰিব এহেজাৰ টকা।

স্নাতক মহলাৰ শিক্ষাৰ্থীয়ে লাভ কৰিব ৩ হাজাৰ টকা।

স্নাতকোত্তৰ মহলাৰ শিক্ষাৰ্থীয়ে লাভ কৰিব ৫ হাজাৰকৈ টকা।

Related Articles