সুৰাপায়ীলৈ চৰকাৰৰ বিশেষ সুবিধাঃ ড্ৰিংক এণ্ড ড্ৰাইভৰ জৰিমনা ভৰিব নালাগে সুৰাপায়ীয়ে

সুৰাপায়ীলৈ চৰকাৰৰ বিশেষ সুবিধা।

এতিয়াৰে পৰা ড্ৰিংক এণ্ড ড্ৰাইভৰ জৰিমনা ভৰিব নালাগে সুৰাপায়ীয়ে।

সুৰাপায়ীলৈ বিশেষ বাহনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা।

এতিয়াৰে পৰা বাৰলৈ অহা গ্ৰাহকক কৰ্তৃপক্ষই দিব লাগিব পিক আপ আৰু ড্ৰপিঙৰ সুবিধা।

অকল বাৰৰ গ্ৰাহকৰ বাবেই নহয়,হোটেললৈ অহা গ্ৰাহকলৈও একে সুবিধা।

গুৱাহাটী মহানগৰীৰ ২৪৭ বাৰ আৰু হোটেললৈ কঠোৰ নিৰ্দেশনা প্ৰশাসনৰ।

কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিলে কঠোৰ নিৰ্দেশনা।

নিৰ্দেশনা উলংঘা কৰিলেই শাস্তিৰ সন্মুখীন হব বাৰ আৰু হোটেল কৰ্তৃপক্ষই।

শেহতীয়াকৈ নিশা গুৱাহাটী মহানগৰীত বৃদ্ধি পোৱা পথ দুৰ্ঘটনাক লৈ এই পদক্ষেপ জিলা প্ৰশাসনৰ।

Related Articles