ৰাজ্যত প্ৰলয়ংকৰী বানত মৃত লোকৰ সংখ্যা ৯৮লৈ বৃদ্ধি।
ইয়াৰে পুৰুষ ৫৭, মহিলা ২৩, শিশু ১৬।
শিৱসাগৰ ৫০জন, চৰাইদেউত ২২জনৰ মৃত্যু।
যোৰহাটত ৯জন, গোলাঘাট ৬জনৰ মৃত্যু।
ধেমাজিত বানত মৃত্যু ৩ জনৰ।
বিশ্বনাথ আৰু কাৰ্বি আংলঙত ২জনকৈ লোকৰ মৃত্যু।
ওদালগুৰি আৰু শোণিতপুৰত একোজনকৈ লোকৰ মৃত্যু।
কামৰূপ মহানগৰ আৰু মৰিগাঁৱত একোজনকৈ লোকৰ মৃত্যু।

