উজনি অসমত আজিৰে পৰা আৰম্ভ বান ক্ষতিগ্ৰস্তৰ জৰীপ

উজনিত আজিৰে পৰা আৰম্ভ বান ক্ষতিগ্ৰস্তৰ জৰীপ।

উজনি অসমত আজিৰে পৰা আৰম্ভ বান ক্ষতিগ্ৰস্তৰ জৰীপ।

কোনে কিমান পাব ক্ষতিপূৰণ-

ঘৰ সম্পূৰ্ণৰূপে ভাঙিলে পাব ১ লাখ ২০ হাজাৰ টকা।

সাংঘাটিকভাৱে ক্ষতিগ্রস্তয়ো পাব ১ লাখ ২০ হাজাৰ টকা।

বানত গৰু উটি গ’লে লাভ কৰিব ৩৭,৫০০ টকা।

সৰ্বাধিক ৩ জনী গৰুৰ ক্ষতিপূৰণ দিব চৰকাৰে।

তাঁতশাল নষ্ট হোৱাসকলে পাব ৫ হাজাৰ টকা।

এটা গাহৰি, ছাগলীৰ বাবে ৪ হাজাৰ টকাকৈ ক্ষতিপূৰণ।

সর্বাধিক ৩০টালৈকে গাহৰিৰ ক্ষতিপূৰণ পাব বন্যার্তই।

১০০টালৈকে হাঁহ, কুকুৰাৰ বাবে দিয়া হ’ব ক্ষতিপূৰণ।

কম ক্ষতি হ’লেও এটা পৰিয়ালে পাব ১ লাখ ৭৮ হাজাৰ টকা

সর্বাধিক ৩ লাখ ৫০ হাজাৰ টকাতকৈও অধিক পাব ক্ষতিপূৰণ।

Related Articles