উজনিৰ বান বিধস্ত ৰাইজৰ কাষত Spiritual Healing Core Foundation

উজনিৰ বান বিধ্বস্ত ৰাইজৰ কাষত spiritual Healing core founation।যোৰহাটৰ ৰুবী নাথ আৰু জুৰি নাথ নামৰ দুই মহিলাৰ নেতৃত্বত অতি দুৰ্গম অঞ্চলটো গৈ সংস্থাটোৰ সদস্যসকলে শিৱসাগৰ আৰু যোৰহাটৰবানাক্ৰান্তৰ মাজত বিতৰণ কৰিছে বান সাহাৰ্য।

ইপিনে বানত সৰ্বস্বান্ত পশুধনসমূহকো খাদ্যৰ যোগান ধৰি আহিছে সংস্থাটোৱে।শেহতীয়াভাবে ছাত্ৰ ছাত্ৰীক কিতাপৰ লগতে অন্যান্য শৈক্ষিক সামগ্ৰী প্ৰদান কৰিছে ৰুবি নাথ আৰু জুৰি নাথে।
সংস্থাটোৰ মানৱতাবাদী কৰ্মসূচীৰ শলাগ লৈছে সকলোৱে।

Related Articles