যোৰহাটৰ অন্বেষা শইকীয়াৰ মৃত্যুৰ ঘটনাৰ ন ন তথ্য পোহৰলৈ।
১৫ আগষ্টত অয়ন গোস্বামীৰ ফ্লেটত চলিছিল পাৰ্টী।
আৰিয়ান গোস্বামী আছিল ড্ৰাগছ আসক্ত।
দিনৰ পৰা নিশালৈকে ফ্লেটলৈ গৈছিল ১০গৰাকী যুৱক-যুৱতী।
ফেল্টৰ ৰেজিষ্টাৰত নাম আছিল অৰ্পিতা কাকতি, অমিত চাহু, প্ৰিয়ানুজ বৰাৰ।
নিশা ২-৩ বজাত ফ্লেটটোলৈ অহা-যোৱা কৰে সন্দেহজনক গতিবিধিৰ যুৱক-যুৱতীয়ে।
১৫ আগষ্টত উদ্ধাৰ হৈছিল অন্বেষা শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ।
ড্ৰাগছ আসক্ত আৰিয়ান আৰু বন্ধুৱে অন্বেষাক হত্যা কৰাৰ সন্দেহ।

