আৰিয়ান গোস্বামীক গ্ৰেপ্তাৰ।
যোৰহাটৰ ড্ৰাগছ পাৰ্টীত অন্বেষা শইকীয়াৰ মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামীক গ্ৰেপ্তাৰ।
গোলাঘাটৰ ৰঙাজানৰ পৰা গ্ৰেপ্তাৰ কৰা হয় আৰিয়ান গোস্বামীক।
ড্ৰাগছ পাৰ্টীত অন্বেষা শইকীয়াৰ মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামীক গ্ৰেপ্তাৰ।
আৰিয়ান গোস্বামীৰ লগতে গ্ৰেপ্তাৰ মাতৃ ঝৰ্ণা গোস্বামীক।
আনহাতে দুই যুৱতী অৰ্পিতা কাকতি আৰু মনালিছা নাথকো গ্ৰেপ্তাৰ আৰক্ষীৰ।

