হেঙেৰাবাৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু।
মৃত ন বোৱাৰীগৰাকীৰ নাম ৰিম্পী কলিতা।
হেঙেৰাবাৰী সংযোগ পথৰ হাউছ নং ৯ত এই ঘটনা।
হিৰকজ্যোতি ডেকা নামৰ যুৱকৰ সৈতে দুমাহ পূৰ্বে আইনী বিবাহ সম্পন্ন হৈছিল ৰিম্পীৰ।
আৰক্ষীয়ে স্বামী হিৰক জ্যোতি ডেকাক আটক কৰিছে।