অন্বেষা শইকীয়া মৃত্যুৰ লগত জড়িত অংকিত দাসক গ্ৰেপ্তাৰ

অৱশেষত আৰক্ষীৰ জালত অংকিত দাস।

দুদিন ধৰি পলাতক অৱস্থাত আছিল অংকিত।

অন্বেষা শইকীয়াৰ ৰহস্যজনক মৃত্যুৰ গোচৰত জড়িত অংকিত।

যোৰহাটৰ মিলন নগৰৰ পৰা গ্ৰেপ্তাৰ অংকিতক।

নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অংকিত দাসক।

অংকিত দাসেই অন্বেষা শইকীয়াক যোগান ধৰিছিল ড্ৰাগছ।

Related Articles