শিৱসাগৰৰ জিলা আয়ুক্তক অখিল গগৈৰ দুৰ্ব্যৱহাৰ।
এই ঘটনাত উদ্বেগ প্রকাশ IAS এছ’চিয়েশ্যনৰ।
জনপ্রতিনিধিসকলে জনসাধাৰণৰ সমস্যা উত্থাপন কৰাৰ অধিকাৰ আছে।
কিন্তু প্রশাসনিক বিষয়াসকলক কৰা আচৰণে প্রভাৱ পেলাব নালাগে।

প্রশাসনিক বিষয়াসকলে দায়িত্ব পালন কৰাৰ সময়ত পাৰস্পৰিক সন্মান বজাই ৰখাটো গুৰুত্বপূৰ্ণ।
এনে ঘটনাই প্রশাসনিক কাম-কাজ আৰু জনপ্রতিনিধিৰে সমন্বয়ত প্ৰভাৱ পেলাব।
অখিল গগৈৰ কাম-কাজৰ ক্ষেত্ৰত ভবিষ্যতে এছ’চিয়েশ্যনৰ সদস্য সকলে বিবেচনা অনুসৰিহে পদক্ষেপ ল’ব।
বিবৃতিযোগে অখিল গগৈক সকীয়নি IAS এছ’চিয়েচনৰ।

