এইবাৰ ৰাণীত বীৰ লাচিত সেনাৰ পথ অৱৰোধ।
যোৰাবাটৰ সমান্তৰালকৈ ৰাণীত বীৰ লাচিত সেনাৰ পথ অৱৰোধ।
উভতাই পঠিয়াইছে মেঘালয়ৰ বাহন।
ৰাণী, শুকুৰবেৰী, পাথাৰখামা, মৈৰাং পথ অৱৰোধ লাচিত সেনাৰ।
অসমৰ পৰা মেঘালয়লৈ যোৱা সকলো পথ বন্ধ।
ৰাণীৰ পৰা নংষ্টইনলৈ যোৱা পথ বন্ধ।
বকো হাঁহিমৰ পৰা মেঘালয়লৈ যাব পৰা পথো বন্ধ।
পিলিংকাটা হৈ মেঘালয়লৈ যোৱাত বাধা।

