মহানগৰীৰ ভেটাপাৰাত বিৰিয়ানিত ওলাল পঁইতাচোৰা

মহানগৰীৰ ভেটাপাৰাত বিৰিয়ানিত ওলাল পঁইতাচোৰা।

জাইকা নামৰ বিৰিয়ানিৰ দোকানখনত গ্ৰাহকৰ প্লেটত ওলাল পঁইতাচোৰা।

টিংকু দাস নামৰ গ্ৰাহকজনে ক্ৰয় কৰি খাইছিল বিৰিয়ানী।

ঘটনাস্থলীত উপস্থিত হয় হাতীগাঁও আৰক্ষী।

বিৰিয়ানিৰ সৈতে পঁইতাচোৰা ভক্ষণ কৰাৰ পিছতে অসুস্থ হৈ পৰে টিংকু দাস।

ঘটনাস্থলীত উপস্থিত হয় হাতীগাঁও আৰক্ষী হাতীগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

সুস্বাদু বিৰিয়ানীত পঁইতাচোৰা প্ৰত্যক্ষ কৰাক লৈ হাহাকাৰ।

Related Articles