মহানগৰীত কৃত্ৰিম বান।
এজাক বৰষুণতেই কৃত্ৰিম বানত বুৰিল হাতীগাঁও।
চানমাৰিত একাঁঠু পৰ্যন্ত পানী।
হাতীগাঁও, যোৰাবাট, চানমাৰিত বান গুৱাহাটী ক্লাৱ, আমবাৰীত কৃত্রিম বান।
LNB ৰোডতো এক আঁঠু পর্যন্ত উঠিছে পানী।
বানৰ কবলত বেহাৰবাৰী, ভেটাপাৰা।