বীৰ লাচিত সেনাৰ নেতা মানস চেতিয়াৰ বিয়োগ

বীৰ লাচিত সেনাৰ নেতা মানস চেতিয়াৰ বিয়োগ।

AMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু বীৰ লাচিত সেনাৰ নেতা মানস চেতিয়াৰ।

বিহুবৰত দুৰ্ঘটনাত পতিত হৈ AMCHত চিকিৎসাধীন হৈ আছিল যুৱকজন।

শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতিৰ দায়িত্বত আছিল মানস চেতিয়া।

দেওবাৰে দুৰ্ঘটনাত পতিত হৈছিল মানস চেতিয়া।

Related Articles