বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ তদন্ত ঘোষণা

বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ তদন্ত ঘোষণা।

দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ।

সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ মন্ত্ৰী বিমল বড়াৰ।

মানসজ্যোতি চেতিয়াৰ মৃত্যুক লৈ ঘনীভূত হৈছিল সন্দেহ।

বীৰ লাচিত সেনাই দাখিল কৰা এজাহাৰৰ পাছতে তৎপৰ চৰকাৰ।

মানসজ্যোতি চেতিয়াক হত্যাৰ অভিযোগ বীৰ লাচিত সেনাৰ।

Related Articles