মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্তঃ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ৰাওনা ফৰেণছিকৰ দল

মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্ত।

গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ৰাওনা ফৰেণছিকৰ দল।

তদন্তৰ বাবে বিহুবৰলৈ ৰাওনা দলটো।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বিহুবৰ আৰক্ষী থানাত গোচৰ ৰুজু অসম।

বিহুবৰলৈ ৰাওনা IGP কংকন জ্যোতি শইকীয়া।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে বিহুবৰ আৰক্ষী থানাত গোচৰ ৰুজু অসম।

BNSৰ 10/26 u/s 103(1)/3(5)ধাৰাত গোচৰ ৰুজু।

শিৱসাগৰৰ SSP পাপৰি চেতিয়াৰ নেতৃত্বত তদন্ত আৰম্ভ।

Related Articles