জলবিস্ফোৰণে সৃষ্টি কৰা প্ৰলয়ত বিধ্বস্ত নেপাল।
নেপালত হোৱা জলপ্ৰলয়ত বৃদ্ধি মৃতকৰ সংখ্যা।
নেপালত হোৱা জলপ্ৰলয়ত মৃত্যু ১৬২ জন লোকৰ।
আনহাতে নেপালৰ জলপ্ৰলয়ত সন্ধানহীন হৈ আছে শতাধিক ভাৰতীয় পৰ্যটক।
নেপালৰ বানত ১৪২ ভাৰতীয়সহ ৪৬৩ জন পৰ্যটক সন্ধানহীন।
দ্য কাঠমাণ্ডু পোষ্টে সদৰী কৰিছে এই তথ্য।
ধ্বংসস্তূপত আবদ্ধ ৪ হাজাৰৰো অধিক লোক।
বানত নিখোজ হাজাৰ হাজাৰ লোক।
জাৰি কৰা হৈছে ৰেড এলাৰ্ট।

