আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ১০০ সংখ্যক জন্মবার্ষিকী

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ১০০ সংখ্যক জন্মবার্ষিকী।

জন্মৰ শতবার্ষিকীত সুধাকণ্ঠগৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত।

জালুকবাৰীস্থিত ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠান।

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুস্থিত এই অনুষ্ঠান।

আটকধুনীয়াকৈ সজাই-পৰাই তোলা হয় সুধাকণ্ঠৰ সমাধিক্ষেত্ৰ।

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুস্থিত হোৱা এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী বিমল বড়াই ক’লে-

Related Articles