ৰামানুজৰ নশ্বৰদেহ মই চমজি ল’মঃ ৰামানুজৰ শৰীৰত গুলীৰ চিন আছে নে নাই চাব পিতৃয়ে

ৰামানুজ গোস্বামীৰ মৃতদেহ চমজি লোৱাৰ সিদ্ধান্ত পিতৃৰ।

হিন্দু ৰীতি নীতিৰে গৌৰীপুৰ শ্মশানত ৰামানুজৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।

ৰামানুজৰ শৰীৰত গুলীৰ চিন আছে নে নাই সেইয়া নিজেই চাব পিতৃয়ে।

ৰামানুজ গোস্বামীয়ে GMCHৰ চাদৰ পৰা পৰি মৃত্যু হোৱা বুলি খবৰ দিছিল হাতীগাঁও আৰক্ষীয়ে।

ৰামানুজৰ দেহত গুলীৰ চিন আছে নেকি পৰীক্ষা কৰিব পিতৃয়ে।

আত্মসমর্পণ কৰা ল’ৰাজনে এনেকুৱা কৰিব বুলি বিশ্বাস নকৰে পিতৃয়ে।

ৰামানুজৰ মৃত্যুৰ পাছত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া পিতৃৰ।

আৰক্ষীৰ গাড়ীৰ পৰা জঁপিয়াই মৃত্যু পত্নীহন্তা ৰামানুজ গোস্বামীৰ।

স্বাস্থ্য পৰীক্ষাৰ বাবে GMCHলৈ আনিছিল ৰামানুজক।

GMCHৰ পাহাৰৰ পৰা জঁপিওৱাৰ ফলতে মৃত্যু।

গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰিছিল ৰামানুজে।

আৰক্ষীক ঠেলি চলন্ত গাড়ীৰ পৰা জঁপিয়াইছিল ৰামানুজ গোস্বামীয়ে।

GMCHলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে অনাৰ সময়তে এই ঘটনা।

নৰকাসুৰ পাহাৰৰ মাজত পলায়নৰ চেষ্টা কৰিছিল ৰামানুজে।

Related Articles