গুলীচালনাৰ পাছত প্ৰথমখন ফটো প্ৰকাশ টাইগাৰ শ্ৰফৰ।
বৰ্তমান সুস্থ বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফ।
একেৰাহে ৫ জাঁই গুলী চলাইছিল দুর্বৃত্তই।
গুলীচালনাত বাহনৰ কাঁচ ভাঙি সোঁহাত আৰু বুকুত আঘাতপ্রাপ্ত টাইগাৰ।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যদিও বৰ্তমান সুস্থ টাইগাৰ শ্ৰফ।
মুম্বাইৰ জুহুত ফুটবল খেলি ঘৰলৈ ওভতাৰ পথতে ছুপাৰষ্টাৰ টাইগাৰ শ্ৰফলৈ লক্ষ্য কৰি গুলী চলাই দুৰ্বৃত্তই।
ঘটনাত টাইগাৰ শ্ৰফৰ BMWৰ চালকো আহত হয়।
ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত মুম্বাই আৰক্ষীৰ।
টাইগাৰ শ্ৰফক সাক্ষাৎ মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী একনাথ সিন্দেৰ।
দুৰ্বৃত্তৰ আক্ৰমণত আহত বলিউড অভিনেতা টাইগাৰ শ্ৰফক সাক্ষাৎ কৰিলে মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী একনাথ সিন্দেই।
ঘটনাৰ পিছতেই টাইগাৰ শ্ৰফৰ বাসগৃহত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লয় উপমুখ্যমন্ত্ৰীগৰাকীয়ে।আনহাতে গুলীচালনাৰ দায়িত্ব স্বীকাৰ লৰেন্স বিষ্ণই গেঙে।
দুৰ্বৃত্তৰ আক্ৰমণত আহত বলিউড অভিনেতা টাইগাৰ শ্ৰফক সাক্ষাৎ মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰীৰ

