মুকলি আকাশৰ ত’ললৈ CJPৰ দুই নেতা।
যন্তৰ-মন্তৰত পতাকা উৰুৱাই গ্ৰেপ্তাৰ হৈছিল দুই CJPৰ দুই নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা।
অৱশেষত জে’লৰ পৰা ওলাল CJPৰ দুই নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা।
সম্পূৰ্ণ ৭ দিনৰ অন্তত মুকলি আকাশৰ ত’ললৈ CJPৰ দুই নেতা
মুকলি আকাশৰ তললৈ আহি CJP নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাই ক’লে-“সত্যমেৱ জয়তে”।
বুধবাৰে আশুতোষ ৰাংকা আৰু সৌৰভ দাসক বিশেষ কাৰ্যবাহী দণ্ডাধীশে জামিন প্ৰদান কৰে ৷
ইফালে আৰক্ষীয়ে জামিনৰ বিৰোধিতাৰে দুয়োগৰাকী নেতাক পুনৰ তিনিদিনৰ ন্যায়িক জিম্মাত বিচাৰিছিল ৷
কিন্তু বিশেষ কাৰ্যবাহী দণ্ডাধীশে দুয়োগৰাকী নেতাক জামিন প্ৰদান কৰে ৷

