আজি ভাৰত–নিউজীলেণ্ডৰ দ্বিতীয়খন T20 মেচ।
ক্ৰাইষ্টচাৰ্চত অনুষ্ঠিত হ’ব পাঁচখনীয়া শৃংখলাৰ দ্বিতীয়খন মেচ।
ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১২:৩০ বজাৰ পৰা আৰম্ভ হ’ব খেলখন।
প্ৰথম মেচত নিউজীলেণ্ডক ৪ উইকেটত পৰাস্ত কৰিছিল ভাৰতে।
দ্বিতীয়খন মেচতো জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্য ভাৰতৰ।