সাংস্কৃতিক অনুষ্ঠানত বিহু পৰিৱেশন কৰিবলৈ যোৱা নৃত্য শিল্পীৰ সৈতে ভয়ংকৰ ঘটনা বৰাকত

শ্ৰীভূমিত সাংস্কৃতিক অনুষ্ঠানত অপ্ৰীতিকৰ ঘটনা।

বিহু দলৰ ওপৰত আ*ক্ৰমণ একাংশ দুষ্কৃতিকাৰীৰ।

বৰাকত অসমীয়া নচলিব বুলি দাবী কৰি আক্ৰমণৰ অভিযোগ।

শ্ৰীভূমিৰ হিন্দুস্থান ক্লাৱৰ প্ৰতিমা বিসৰ্জনৰ নিশা অনুষ্ঠান পৰিৱেশন কৰিবলৈ মতা বিহুৱাক মাৰপিট।

ঘটনাৰে জড়িত ১৪জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও পৰিৱৰ্তী সময়ত জামিন লাভ কৰে আটাইয়ে।

দুৰ্বৃত্তৰ আক্ৰমণত বিহু দলটিৰ কেইবাজনো আঘাতপ্ৰাপ্ত হয়।

অচিৰেই দুৰ্বৃত্তক চিনাক্ত কৰি উচিত শাস্তি প্ৰদানৰ ভুক্তভোগীৰ।








Related Articles