আৱকাৰী বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে চুলাই মদকে ধৰি দেশী-বেদেশী সুৰাৰ চলাইছে ৰমৰমীয়া বেহা। এই ক্ষেত্ৰত বৰপেটা আৰক্ষীয়ে আগভাগ লৈ চলাইছে অভিযান।এইবাৰ বৰপেটা আৰক্ষীৰ জালত পৰিল এজন সুৰা ব্যৱসায়ী। সুৰাৰ ঘাটিত পৰিণত হোৱা বৰপেটা চহৰ সুৰামুক্ত কৰা এক ডাঙৰ সংকল্প হৈ পৰিছে বৰপেটা আৰক্ষীৰ ।ড্ৰাগছৰ পিছত এইবাৰ সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বৰপেটা আৰক্ষীয়ে।বিশেষ সূত্ৰৰ খবৰ লাভ কৰি এই অভিযানত জব্দ কৰে বৃহৎ পৰিমাণৰ দেশী-বিদেশী সুৰা। আৰক্ষী সূত্ৰই জানিব দিয়া মতে বৰপেটাৰ গান্ধীনগৰত ভদ্ৰেশ্বৰ দাসে বিক্ৰীৰ বাবে লৈ আনিছিল এই বৃহৎ পৰিমাণৰ সুৰা । দিৰ্ঘ্যদিন ধৰি সুৰা ব্যৱসায় চলাই গৈছিল ভদ্ৰেশ্বৰ দাসে ।এই সংক্ৰান্তত ব্যৱসায়ী জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আটক কৰে আৰক্ষীয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…
- ৮৯ সংখ্যক জন্মদিনত অৱসৰী অধ্যাপক, কথাশিল্পী তথা লেখক ঘন হাজৰিকাক সম্বৰ্দ্ধনা…