মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে আৰক্ষীৰ ACTION আৰম্ভঃ বৰাকত বিহু দলক ভয়ংকৰ কাণ্ড কৰা ৪জনক গ্ৰেপ্তাৰ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই আৰক্ষীৰ এক্সন।

বৰাকত বিহু দলৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰা ঘটনাৰে জড়িত ৪জনক গ্ৰেপ্তাৰ।

গ্ৰেপ্তাৰ সুমিত কুমাৰ দাস, অৰ্ণৱ কুমাৰ ৰায়, প্রিয়াংশু পাল, প্রিয়াংশু দাসক।

প্ৰতিমা বিসৰ্জনৰ অনুষ্ঠানত বিহুদলক নৃত্য পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনাই মাৰপিট কৰিছিল শ্ৰীভূমিত।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে তৎপৰ শ্ৰীভূমি আৰক্ষী।

শ্ৰীভূমিত বিহু দলক আক্ৰমণ কৰা ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰি মাৰাথন জেৰা অব্যাহত আৰক্ষীৰ।












Related Articles