আপোনাৰ বা আপোনাৰ প্ৰিয়জনৰ মুখ, দাঁত বা পাৰিৰ (Jaw) কোনো জটিল সমস্যা আছে নেকি? এতিয়া আৰু উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ ঢাপলি মেলাৰ প্ৰয়োজন নাই!
চেন্নাইৰ এপ’ল’ হস্পিটেলৰ চিকিৎসা সেৱা এতিয়া আপোনাৰ অতি কাষত। গুৱাহাটীলৈ আহি আছে ভাৰতৰ আগশাৰীৰ Oral and Maxillofacial Surgeon, অভিজ্ঞ বিশেষজ্ঞ চিকিৎসক ডাঃ সেংথিলনাথন পি।
তলত উল্লেখ কৰা জটিল সমস্যাসমূহৰ বিশেষজ্ঞ পৰামৰ্শ আৰু চিকিৎসাৰ বাবে এই বিশেষ সুযোগ গ্ৰহণ কৰক:
• মুখৰ কেন্সাৰ, হনু বা jaw চিষ্ট আৰু টিউমাৰ
• মুখমণ্ডল আৰু পাৰিৰ হাড় ভঙা (Jaw Bone Fracture)
• টি.এম.জে (TMJ) সমস্যা
• জন্মগতভাৱে ওঁঠ কটা আৰু তালু কটা (Cleft Lip & Cleft Palate)
যোগাযোগ আৰু সময়ঃ ১ নৱেম্বৰ, ২০২৬, দেওবাৰ, পুৱা ১০:৩০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ। ঠিকনা: এপ’ল’ হস্পিটেলছ চেন্নাই, আঞ্চলিক কাৰ্যালয়, ৰাজগড় মেইন ৰোড, বাই-লেন ১০-ৰ বিপৰীতে, গুৱাহাটী। আজিয়েই যোগাযোগ কৰক ৮৪০৪০৩৭৬৪৯ নম্বৰত। মনত ৰাখিব, আসন সীমিত!আপোনাৰ স্বাস্থ্য, আমাৰ অগ্ৰাধিকাৰ!

