আজি ভাৰত আৰু নিউজীলেণ্ডৰ চতুৰ্থখন T20 মেচ

আজি ভাৰত আৰু নিউজীলেণ্ডৰ চতুৰ্থখন T20 মেচ।

ভাৰতীয় সময় অনুসৰি দিনৰ ১২:৩০ বজাৰ পৰা আৰম্ভ হ’ব মেচখন।

নিউজীলেণ্ডৰ অকলেণ্ডৰ ইডেন পাৰ্কত অনুষ্ঠিত হ’ব মেচখন।

ইতিমধ্যে ৩-০ৰ ব্যৱধানত শৃংখলা দখল কৰিছে টীম ইণ্ডিয়াই।






Related Articles