হৰমুজ প্ৰণালীত ২৭ ভাৰতীয় থকা জাহাজত আক্ৰমণ।
আক্ৰমণৰ ফলত জাহাজখনৰ ইঞ্জিন ৰূমত অগ্নিকাণ্ড।
সকলো ভাৰতীয় নাৱিক নিৰাপদ বুলি জনায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
পনামাৰ পতাকাবাহী তেল পৰিবাহী জাহাজ MT Lewis 1-ত লিম্পেট মাইনৰ সহায়ত আক্ৰমণ।
এই আক্ৰমণক গৰিহণা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ।
দুদিনীয়া G20ত বৈদেশিক মন্ত্ৰীৰ বৈঠকত তীব্ৰ সমালোচনা এছ জয়শংকৰৰ।
শুকুৰবাৰে আটলাণ্টাত উপস্থিত হয় বৈদেশিক মন্ত্ৰীগৰাকী।

