ভাৰতত কিক বক্সিঙ খেলক আৰু অধিক উন্নত কৰাৰ বাবে ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰনালয়ে অবশেষত ললে সময়োচিত পদক্ষেপ । ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ মন্ত্ৰণালয়ে যোৱা ২ জুলাই তাৰিখে ৱাক ইণ্ডিয়া কিক বক্সিঙ ফেডাৰেচনক নেছনেল স্পোৰ্টছ ফেদাৰেচনৰ অধীনত (NATIONAL SPORTS FEDERATION) স্বীকৃতি প্ৰদান কৰে । এই স্বীকৃতিয়ে এক আশাৰ বতৰা কঢ়িয়াই আনিছে ভাৰতৰ লগতে অসমৰ কিক বক্সিঙ খেলুৱৈ সকলৰ বাবে। ৱাক ইণ্ডিয়া কিক বক্সিঙ ফেডাৰেচনৰ অসমৰ একমাত্ৰ স্বীকৃতি প্ৰাপ্ত এমেচুৰ কিকবক্সিঙ এচছিয়েচন অসমৰ ( AMATEUR KICKBOXING ASSOCIATION ASSAM) সভাপতি তথা ৱাক ইণ্ডিয়া কিক বক্সিঙ ফেডাৰেচনৰ সদস্য হিৰণ্য কুমাৰ বৰুৱাই অসমৰ কিক বক্সিঙ খেলুৱৈ সকলৰ বাবে এয়া এক ভাল খবৰ বুলি এক বিবৃতি যোগে জানিবলৈ দিছে । আনহাতে এতিয়াৰ পৰা ২ জুলাইৰ দিনটো “ৰাষ্ট্ৰীয় কিক বক্সিঙ দিৱস” হিচাবে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৱাক ইণ্ডিয়া কিক বক্সিঙ ফেডাৰেচনে । সদৌ অসম কিক বক্সীং এচ’ছিয়েশ্বনৰ তৰফৰ পৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে এই কথা ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…