১৪ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব HSৰ চূড়ান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া

১৪ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব HSৰ চূড়ান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া।

ইয়াৰ বাবে ৫ ডিচেম্বৰ পৰ্যন্ত সক্ৰিয় হৈ থাকিব নিৰ্দিষ্ট প’ৰ্টেল।

৪ লাখ টকাৰ বাৰ্ষিক আয়ৰ পৰিয়ালৰ সন্তানৰ প্ৰ-পত্ৰ পূৰণ সম্পূৰ্ণ বিনামূলীয়া।

ইয়াৰ বাবে প্ৰয়োজনীয় অধিসূচনা জাৰি ASSEBৰ।

Related Articles