খানাপাৰাৰ মহিলা হ*ত্যাকাণ্ডৰ মূল অভিযুক্ত প্ৰদীপ টায়ে আৰক্ষীৰ জালত…

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি।

ধেমাজিৰ প্ৰদীপ টায়েৰ সৈতে ১০ বছৰে প্ৰেমৰ সম্পৰ্ক আছিল জীনাৰ।

খানাপাৰা এলেকাত গাড়ীচালক হিচাপে আছিল প্ৰদীপ টায়ে।

জীনাৰ সৈতে একেটা কেম্পাছতে ভাৰাতীয়া হিচাপে আছিল প্ৰদীপ।

১ নৱেম্বৰত নিজৰ মেজিকত লৈ জীনাক ফুৰাইছিল প্ৰদীপে।

বেলতলা অঞ্চলৰ পৰা এখন দা কিনি গাড়ীত ৰাখিছিল প্ৰদীপ টায়ে।

সেইদিনাই জীনাক সন্ধিয়া ৮ বজাত খানাপাৰাৰ গণেশ মন্দিৰলৈ লৈ গৈছিল প্ৰদীপে।

গাড়ীৰ ভিতৰত দাৰে ঘপিয়াই হত্যা কৰিছিল জীনাক।

অৱশেষত জীনা বৈশ্যৰ ঘটনাৰে জড়িত অভিযুক্ত প্ৰদীপ টায়ে আৰক্ষীৰ জালত।

খানাপাৰাত বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল জীনাৰ মৃ*তদেহ।

Related Articles