দীপাৱলীৰ পাছতে ৰাজধানী দিল্লীত ভয়ংকৰ বায়ু প্ৰদূষণ।
দিল্লীত AQI-এ বিপদসীমা অতিক্ৰম কৰিছে।
দিল্লীৰ চান্দনী চকত ৩৯৫ লৈ বৃদ্ধি পাইছে AQI।
পঞ্জাব বাগ আৰু আনন্দ নগৰতো ভয়ংকৰ পৰিস্থিতি।
ফটকা-আতচবাজীৰ বাবে বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ু।